
মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা
ইজৰাইলৰ ওপৰত ইৰাণৰ এয়াৰ ষ্ট্ৰাইক
ইজৰাইলৰ তেল আভিভত ক্ষেপণাস্ত্ৰ নিক্ষেপ ইৰাণৰ
১৫০টাতকৈ অধিক ক্ষেপণাস্ত্ৰৰে আক্ৰমণ ইজৰাইলত
ইৰাণৰ বেলেষ্টিক মিছাইল আক্ৰমণত নিহত ইজৰাইলী মহিলা
আহত হৈছে প্ৰায় ১০০ৰো অধিক ইজৰাইলী লোক
ইজৰাইলৰ দুখন যুদ্ধ বিমান ধ্বংসৰ দাবী ইৰাণৰ
বিপৰীতে ইজৰাইলৰ আক্ৰমণত কৰিছে ইৰাণৰ তেহৰান
ইৰাণৰ ওপৰত আক্ৰমণ অব্যাহত ইজৰাইলৰ
তেহৰানৰ পৰমাণু কেন্দ্ৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ ইজৰাইলৰ
এইপৰ্যন্ত মৃত্যু ৭৮জনৰো অধিক লোকৰ
আক্ৰমণত আহত ৩৫০ৰো অধিক লোক
ইৰাণে বন্ধ কৰি দিলে আকাশমাৰ্গ
বিয়লি ২ বজালৈ বন্ধ থাকিব ইৰাণৰ আকাশমাৰ্গ
অসামৰিক বিমান পৰিবহণ বিভাগৰ এই তথ্য
ইজৰাইল-ইৰাণ যুদ্ধ পৰিস্থিতিক প্ৰতিক্ৰিয়া
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে বাৰ্তালাপ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ
বেঞ্জামিন নেতান্যাহুয়ে অৱগত কৰিলে শেহতীয়া পৰিস্থিতি
- Log in to post comments