Social Worker

ৰাজ্যৰ সংবাদ জগতৰ বাবে এক দুঃখবৰ।

প্ৰবীণ সাংবাদিক,অসমৰ মহিলা থিয়েটাৰৰ প্ৰথমজন প্ৰযোজক যাদৱসেন ডেকাৰ পৰলোক।

শনিবাৰে নিশা নলবাৰীৰ বেলশৰস্থিত নিজা বাসগৃহত পৰলোক গমন প্ৰতিথযশা সাংবাদিক গৰাকীৰ।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮০ বছৰ।