Police station

সোণাৰি সদৰ থানাত ভয়ংকৰ ঘটনা। আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে এজন সতীৰ্থক। গুলীচালনাত নিহত হয় গকুল বসুমতাৰী নামৰ আৰক্ষীজন। দীপক কাকতি নামৰ জোৱানজনৰ গুলীত নিহত হয় গকুল বসুমতাৰী। ডিঙিত চাৰিটা গুলী লাগে গকুল বসুমতাৰীৰ।নিহত