বটদ্ৰৱাৰ ঘটনাক লৈ অব্যাহত উত্তেজনা! আৰক্ষীৰ জালত থানা জ্বলোৱাত আগভাগ লোৱা যুৱতী

বটদ্ৰৱাৰ ঘটনাক লৈ অব্যাহত উত্তেজনা! আৰক্ষীৰ জালত থানা জ্বলোৱাত আগভাগ লোৱা যুৱতী

◾বটদ্ৰৱাৰ ঘটনাক লৈ অব্যাহত উত্তেজনা

◾তিনিটা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ, মহিলাসহ ২১জনক আটক

◾ভিডিঅ’ ফুটেজৰ সহায়ত চিনাক্ত কৰা হ’ব অভিযুক্ত

◾মজিবুৰ ৰহমান, ৰফিউল ইছলাম, আনোৱাৰক গ্ৰেপ্তাৰ

◾থানা জ্বলাই দিয়া ছাবিনা খাতুনসহ ১৭গৰাকীক গ্ৰেপ্তাৰ

◾শালনিবড়ি গাঁৱৰ পৰা মহিলাসহ আটক ২১জনক

◾আৰক্ষীৰ জালত থানা জ্বলোৱাত আগভাগ লোৱা যুৱতী

◾হালধীয়া কূৰ্তা পৰিধান কৰা যুৱতীগৰাকীক গ্ৰেপ্তাৰ

◾পলাতক থানা জ্বলোৱা আন গৰাকী জোছনাৰা বেগম নামৰ মহিলা

◾থানা আক্ৰমণত কুখ্যাৎ ডকাইত, ড্ৰাগ্ছ মাফিয়া জড়িত

◾উপস্থিত আছিল ড্ৰাগ্ছ মাফিয়া বাহাৰুল ইছলাম

◾থানা জ্বলাবলৈ উচটনি দিছিল উত্তেজিত ৰাইজক

Category
Profile picture for user UB Photos