Mundka Metro Station

পশ্চিম দিল্লীৰ মুণ্ডকা মেট্ৰ’ ষ্টেচনৰ সমীপত অঘটন। শুকুৰবাৰে বিয়লি দিল্লীৰ মুণ্ডকা মেট্ৰ’ ষ্টেচনৰ সমীপৰ এটা তিনিমহলীয়া বাণিজ্যিক অট্টালিকাত সূত্ৰপাত হয় অগ্নিৰ।

fire

অট্টালিকাটোত সূত্ৰপাত হোৱা অগ্নিকাণ্ডৰ ফলত মৃত্যুক সাবটি লয় ২৭জন লোকে। আনহাতে, এই ঘটনাত আহত হৈছে ১২জন লোক। আনকি নিজৰ প্ৰাণ ৰক্ষাৰ বাবে অট্টালিকাৰ পৰা জপিয়ালে একাংশই।