Brand Ambassador

মঙলবাৰে ফৰাচী বিলাসী গৃহে ঘোষণা কৰে যে দীপিকা পাডুকনক লুই ভিট্টনৰ প্ৰথম ভাৰতীয় ব্ৰেণ্ড এম্বেচেডৰ হিচাপে মনোনীত কৰা হৈছে।

দীপিকাই এমা ষ্টোন আৰু চীনা অভিনেতা ঝৌ ডংয়ুৰ সৈতে ডাউফিন বেগৰ নতুন চামৰাৰ সামগ্ৰী অভিযান আৰম্ভ কৰিবলৈ লৈছে।

ফেশ্বন হাউচে এক প্ৰেছ বিজ্ঞপ্তিত কয়, "মেইজনৰ সৈতে এক শক্তিশালী সহযোগিতামূলক সম্পৰ্ক অনুসৰণ কৰি বঁটা বিজয়ী অভিনেত্ৰীগৰাকীয়ে লুই ভিটনৰ সৈতে তেওঁৰ যাত্ৰাৰ এক ৰোমাঞ্চকৰ নতুন অধ্যায় আৰম্ভ কৰিছে।"