COVID in India

সোমবাৰে, ২০২২ চনৰ সাংবাদিকতা, কিতাপ, নাটক আৰু সংগীতৰ বাবে পুলিৎজাৰ বঁটা বিজয়ীসকলৰ নাম প্ৰকাশ কৰা হয়। 

ফিচাৰ ফটোগ্ৰাফীত, ভাৰতে লাভ কৰে চাৰিটাকৈ সন্মান। ভাৰতীয় বিজয়ীসকলৰ ভিতৰত আছে আদনান আবিদি, চান্না ইৰশাদ মাট্টু, অমিত ডেভ, আৰু স্বৰ্গীয় ডেনিছ চিদ্দিকী।

মন কৰিবলগীয়া যে বিদেশী সংবাদ সংস্থা ৰয়টাৰৰ হৈ কাম কৰা ফটো সাংবাদিক চিদ্দিকীক যোৱা বছৰ কান্দাহাৰৰ স্পিন বোল্ডক অঞ্চলত আফগান সেনা আৰু তালিবানৰ মাজত সংঘৰ্ষৰ ফটো তুলি থকা অৱস্থাত হত্যা কৰা হৈছিল।