Saurav Ganguli

পশ্চিমবংগ ভ্ৰমণত থকা অমিত শ্বাহে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ প্ৰধান সৌৰভ গাংগুলীৰ কলকাতাস্থিত বাসগৃহত নৈশ আহাৰ গ্ৰহণ কৰে। অমিত শ্বাহে কি কি খালে গাংগুলীৰ ঘৰত?

সূত্ৰই প্ৰকাশ কৰা অনুসৰি অমিত শ্বাহে নিজেই সৌৰভ গাংগুলীৰ বাসগৃহলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। এই কথা গম পাই সৌৰভ গাংগুলীয়ে অমিত শ্বাহক নৈশভোজৰ বাবে আমন্ত্ৰণ জনায়।

Dinner