SI

পুনৰ চৰ্চাত SI জোনমণি ৰাভা। এইবাৰ বিধায়কক নীতিশিক্ষা দি নহয়, অন্য এক কাৰণতহে সকলোৰে মুখে-মুখে জোনমণি ৰাভাৰ নাম।

প্ৰৱঞ্চনাত নাম সাঙোৰ খাইছে জোনমণি ৰাভাৰ। নগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে একাংশ।