◾অসমৰ ৰাজনীতিত বৃহৎ পট পৰিৱৰ্তনৰ সম্ভাৱনা
◾নৱেম্বৰত পুনৰ অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন!
◾৯ টা সমষ্টিত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন!
◾বটদ্ৰৱা, বকো, নগাওঁ, ৰহা, দুধনৈত উপ-নিৰ্বাচনৰ সম্ভাৱনা
◾নাওবৈছা, তিতাবৰ, বৰাক উপত্যকাৰ দুটা সমষ্টিতো হ’ব উপ-নিৰ্বাচন
◾ভৰত নৰহ, ভাস্কৰজ্যোতি বৰুৱা, শিৱামণি বৰাৰ বিজেপিতযোগদানৰসম্ভাৱনা
◾বিজেপিলৈ যাব পাৰে কমলাক্ষ দে পুৰকায়স্থ, শশীকান্ত দাস, নন্দিতা দাস
◾ৰকিবুল হুছেইন আৰু ৰেকিবুদ্দিন আহমেদ যাব অগপলৈ
◾শ্বেৰমান আলীৰ AIUDF ত যোগদানৰ সম্ভাৱনা
◾ইয়াৰ পাছতেই একপ্ৰকাৰ শূন্য হৈ পৰিব কংগ্ৰেছ
- Read more about অসমৰ ৰাজনীতিত বৃহৎ পট পৰিৱৰ্তনৰ সম্ভাৱনা!
- Log in to post comments