Gujrat

গুজৰাটত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বজ্ৰপাতৰ বাবেই প্ৰাণ গ'ল ২০ জনকৈলোকৰ। চৰকাৰী সূত্ৰৰ অনুসৰি প্ৰৱল বৰষুণ আৰু বজ্ৰপাতৰ ফলত ২০ জনকৈ প্ৰাণ হেৰুয়ায়। 

উল্লেখ্য যে, মৃত্যুকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱণা আছে। কেৱল মানুহ নহয়, প্ৰৱল বৃষ্টিপাতৰ ফলত প্ৰায় ৪০ টাকৈ পশুধনৰো মৃত্যু হয়। 

বৰষুণৰ ফলত গুজৰাটৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলাবোৰ হৈছে আমৰেলী, সুৰেন্দ্ৰনগৰ, মেহছানা, বোটাদ, পঞ্চমহল, খেদা, চাবৰকান্থা, চুৰাট আৰু আহমেদাবাদ।