দুৰ্গা পূজাৰ মাজতে অঘটন, হৃদৰোগত আক্ৰান্ত হৈ ১০ জনৰ.....

Death

নৱৰাত্ৰিৰ উৎসৱৰ সময়তে গুজৰাটত অঘটন

 

গুজৰাট গাৰ্বা নৃত্য উৎসৱত ২৪ ঘণ্টাত নিহত ১০জনকৈ লোক

 

গাৰ্বা উৎসৱৰ সময়তে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

 

গুজৰাটৰ কেইবাখনো চহৰত সংঘটিত এই ঘটনা

 

সন্ধিয়া ৬ বজাৰ পৰা নিশা ২ বজাৰ ভিতৰত এই মৰ্মান্তিক ঘটনা

 

এই ঘটনাক লৈ গুজৰাট চৰকাৰৰ সতৰ্কতা জাৰি

Category
Profile picture for user UB Photos