Talent

ডিগবৈ পানবাৰীৰ এজন যুৱকৰ ব্যতিক্ৰমী প্ৰতিভা।

এখন সাত ফুট দৈৰ্ঘ্যৰ গামোচাত কবিতা লিখি বিধায়ক অখিল গগৈক উপহাৰ। গামোচাখন তৈয়াৰ কৰোতে সাত দিন সময় লাগিছিল যুৱকজনক। উদীয়মান যুৱক জনৰ নাম তৰুণ গগৈ।

akhil gogoi

 

বিভিন্ন সময়ত উদীয়মান যুৱক জনে ডঃ ভূপেন হাজৰিকাৰ গীত, নতুন প্ৰজন্মৰ হার্টথ্রব জুবিন গাৰ্গৰ গীত আদি নিজ হাতে গামোচাত ফুল আকাৰে বাছি উলিয়াই আহিছে।