RG Baruah Road

◼️ জু-ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা ।
◼️ নিয়ন্ত্ৰণহীন তীব্ৰ বেগী চাৰিচকীয়া ব্ৰীজা বাহনে খুন্দিয়ালে বিদ্যুতৰ খুটাত ।
◼️ দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ পঞ্জীয়ন  নং AS 01 DM 0528.
◼️ ব্ৰীজা বাহনৰ প্ৰচণ্ড খুন্দাত ভাগি পৰে হাইভল্টেজ বিদ্যুৎ পৰিবাহী তাঁৰৰ ৪ টাকৈ পকী খুঁটা ।
◼️ সুৰাসক্ত অৱস্থাত থকাৰ অভিযোগ বাহনখনৰ চালকৰ বিৰুদ্ধে।
◼️ ৰাধাগোবিন্দ বৰুৱা পথৰ আবাসিক এলেকাত  নিশা সাময়িকভাৱে ব্যাহত  বিদ্যুৎ যোগান ।  
◼️ নিশাই বিদ্যুৎ যোগান আৰু তাঁৰ পুনঃসংযোগত ব্যস্ত হ'ল বিদ্যুৎ বিভাগৰ কৰ্মচাৰী ।