Adarniya Griha Mantri

অসম-মেঘালয়ৰ সীমা বিবাদৰ অন্ত। ৫০ বছৰ ধৰি দুয়োখন ৰাজ্যৰ সীমাক কেন্দ্ৰ কৰি চলি অহা সংঘাতে পালে এক নতুন ঠিকনা। অন্ত হোৱাৰ দিশে অসম-মেঘালয়ৰ সীমা বিবাদ।

৫০ বছৰৰ অন্তত মঙলবাৰে বিয়লি ৩.৩০ বজাত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত স্বাক্ষৰিত হ’ল (MOU)বুজাবুজি চুক্তি।