Indian Medicine

১ এপ্ৰিলৰ পৰা দেশত বৃদ্ধি পাব ঔষধৰ দাম
বৃদ্ধি পাব ৮০০ বিধ অত্যাৱশ্যকীয় ঔষধৰ দাম
বৃদ্ধি পাব পেইনকিলাৰ, এণ্টিবায়’টিক, সংক্ৰমণৰোধক ঔষধৰ দাম
ঔষধ কোম্পানীসমূহে প্ৰায় ৫৮৪ কোটি টকা ৰাজনৈতিক দলক পুঁজি দিছিল
ছান ফাৰ্মা, ডঃ ৰেডিছ, জাইডাছে নিৰ্বাচনী ব’ণ্ড ক্ৰয় কৰিছে
টৰেণ্ট’, চিপ্লা, পিৰামল, মেনকাইণ্ডেও ক্ৰয় কৰিছে নিৰ্বাচনী ব’ণ্ড
নিৰ্বাচনী ব’ণ্ডৰ জৰিয়তে ঔষধ কোম্পানীয়ে পুঁজি যোগানৰ পাৰ্শ্বক্ৰিয়া