Earth Hour

আজি ২২ মাৰ্চ, ২০২৪ তাৰিখে পুৱা ৮ বজাত গুৱাহাটীৰ সন্দিকৈ কলেজত WWF-India Assam State Office kick ৰ উদ্যোগত Handique Girls College, Vivekananda Kendra Institute of Culture, Decathlon Guwahati আৰু Apollo Hospital ৰ সহযোগত আৰ্থ আৱাৰ পালন কৰা হয়। প্ৰতি বছৰে মাৰ্চ মাহৰ চতুৰ্থ শনিবাৰে আৰ্থ আৱাৰ পালন কৰা হয় য’ত এঘণ্টাৰ বাবে সকলো অপ্ৰয়োজনীয় লাইট বন্ধ কৰি সংৰক্ষণৰ ওপৰত আলোকপাত কৰা হয়।