flowers

জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰত এছিয়াৰ সৰ্ববৃহৎ টিউলিপ গাৰ্ডেন বুধবাৰৰ পৰা ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছে।

আইকনিক বাগিচাখনত ৬০ টা প্ৰকাৰ আৰু ৰঙৰ ১.৫ মিলিয়নতকৈও অধিক টিউলিপ আছে। বাগিচাখনে দেশ আৰু পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকৰ ভিৰ আকৰ্ষণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

টিউলিপৰ উপৰিও, বাগিচাখনত অন্যান্য প্ৰকাৰৰ ফুলৰ ভিতৰত মুস্কাৰি, ডেফোডিল হাইছেন আছে।

1. ১.৫ নিযুততকৈ অধিক টিউলিপ