Dhubri Bike Stunt

ধুবুৰীৰ এজন যুৱকৰ অসাধাৰণ বাইকষ্টেণ্ড। বাইকষ্টেণ্ড কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে যুৱকজনে।

এই দৃশ্য ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ। এজন সফল ষ্টান্টমেন্ট হোৱাৰ লক্ষ্যেৰে বিগত ৫ বছৰৰ পৰা এইদৰেই অনুশিলন চলাই আহিছে ঋত্বিক ঠাকুৰে।

প্ৰথমে চাইকেল, তাৰপিছত স্কুটি আৰু বৰ্তমানে মটৰ চাইকেলেৰে  প্ৰতিদিনে এইদৰেই অভ্যাস কৰে যুৱকজনে।

কোনো ধৰণৰ প্ৰশীক্ষক অৱিহনে যুৱকজনৰ এইদৰে মটৰ চাইকেলেৰে কৰা ষ্টান্টে দৃষ্টি আকৰ্ষণ কৰিছে বহুতোৰে।