Cotton Hostel

কটন বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ উদ্যোগত প্ৰতিবাদ! হাতে হাতে প্লে কাৰ্ড লৈ উত্তাল প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ।

ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ সময়ত এজন ছাত্ৰক কৰা প্ৰহাৰৰ তদন্ত বিচাৰি প্ৰতিবাদ। 

উল্লেখ্য় যে, কটন বিশ্ব বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনী হিংসাত দোষী সাব্যস্ত হোৱা দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীত পঞ্জীয়ক আৰু উপাচার্যৰ কাৰ্যালয় ঘেৰাও কৰে প্ৰতিবাদকাৰীয়ে।

প্ৰতিবাদকাৰীৰ দাবী, কটন বিশ্ববিদ্যালয়ে দোষীক ৰক্ষণাবেক্ষণ দিছে। শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে আইন হাতত তুলি লোৱাৰ হুংকাৰ কটনিয়ানৰ।