judgment

বিশ্বৰ বহুতো দেশে মানৱ অধিকাৰৰ বাবে সংগ্ৰাম কৰি থকাৰ সময়তে বিশ্বৰ এখন দেশে বন্য জন্তুক আইনী অধিকাৰ প্ৰদান কৰিছে। এইখন দেশত বন্য জন্তুক জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰা হৈছে। প্ৰকৃতিৰ ওপৰত দিয়া হৈছে কৰ্তৃত্ব।

দৰাচলতে আদালতৰ এক ঐতিহাসিক সিদ্ধান্তৰ পিছত এই আইনখন প্ৰস্তুত কৰা হৈছিল। য’ত বন্যপ্ৰাণীক বিভিন্ন ধৰণৰ আইনী অধিকাৰ দিয়া হৈছে। দেশখন হৈছে দক্ষিণ আমেৰিকাৰ ইকুৱেডৰ।