ISRO

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ‘মিছন চন্দ্ৰযান-৪’
মিছন চন্দ্ৰযান-৪ৰ বাবে অনুমতি কেন্দ্ৰীয় কেবিনেটৰ
ভাৰতীয় মহাকাশ কেন্দ্ৰ স্থাপনৰ বাবেও অনুমতি কেন্দ্ৰীয় কেবিনেটৰ
২০২৮ চনত আৰম্ভ হ’ব এই অভিযান
মিছন চন্দ্ৰযান-৪এ চন্দ্ৰপৃষ্ঠৰ পৰা সংগ্ৰহ কৰিব নমুনা
মিছন চন্দ্ৰযান-৪ চন্দ্ৰৰ পৰা উভতি আহিব পৃথিৱীলৈ
চন্দ্ৰযান-৪ৰ বাবে ব্যয় হ’ব ২ হাজাৰ ১০৪ কোটি
WINS ORBITER মিছনৰ বাবেও অনুমতি কেন্দ্ৰৰ
১,২৩৬ কোটি ব্যয় সাপেক্ষে চলোৱা হ’ব এই অভিযান
গগণযান অভিযানৰ বাবেও বিশেষ কাৰ্য আঁচনিত অনুমোদন কেন্দ্ৰৰ