Prahlad Brahma

👉 ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী কিন্নৰ।

👉 প্ৰাক্তন ৰাষ্ট্ৰপতি ড°এ পি জি আব্দুল কালাম কিন্নৰ।

👉 প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ী হিজৰা।

👉 বিপিএফ দ’লৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক প্ৰহ্লাদ ব্ৰহ্মই বৰ্তমানৰ ভাৰতৰ প্ৰধান মন্ত্ৰী, ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী আৰু  ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক কৰিলে চুড়ান্ত অপমান ৷

👉 বিটিআৰৰ পৰ্ব্বতঝোৰাত বিপিএফৰ ২০ তম সংখ্যক চুক্তি দিৱসত  বিপিএফ দ’লৰ সাধাৰন সম্পাদক প্ৰহ্লাদ ব্ৰহ্মই আনিলে এই হিজৰাৰ প্ৰসংগ।