APDCLৰ মুখ্য কাৰ্যালয়ত বিজুলী ভৱনত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখা দল
APDCL ৰ পৰীক্ষা কেলেংকাৰী সন্দৰ্ভত এই অভিযান ৷

APDCLৰ ২০১৯ চনত অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ ফলাফলৰ দায়িত্ব শেহতীয়াকৈ দিয়া হৈছে GUক
বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ষ্ট্ৰং ৰুমত আছে পৰীক্ষাৰ উত্তৰবহীসমূহ