Furkating

বোকাজানত শোকাবহ পথ দুৰ্ঘটনা, বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত বাঘজানত ৩৯ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই পথ দুৰ্ঘটনা।

দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন লোক আনহাতে গুৰুতৰ ভাবে আহত আন দুজন।

উল্লেখ্য় যে, আহত দুজনক বোকাজান সামূহিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে ডিফু মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।

নিহত হোৱা লোকজন গোলাঘাট জিলাৰ ফৰকাটিঙৰ বাবলু আলি বুলি চিনাক্ত কৰা হৈছে।