Destination Wedding

আলিয়া ভাট্ট আৰু ৰণবীৰ কাপুৰ সাজু হৈছে বিবাহ পাশত আৱদ্ধ হ’বলৈ। খবৰ অনুসৰি ইতিমধ্যে পূৰ্ণ গতিত চলি আছে প্ৰস্তুতি।

ৰণবীৰ আৰু আলিয়াই এপ্ৰিলত বিবাহৰ পৰিকল্পনা কৰিছে আৰু কাপুৰ আৰু ভাট্ট দুয়োটা পৰিয়ালতে প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে।

কিছুদিন আগতে BollywoodLife.comৰ এক বাতৰিত দাবী কৰা হৈছিল যে দুয়োজনে ডেষ্টিনেচন ৱেডিঙৰ পৰিকল্পনা বাতিল কৰিছে আৰু মুম্বাইতে বিবাহপাশত আৱদ্ধ হ’ব। মাত্ৰ তেওঁলোকৰ ঘনিষ্ঠ আৰু প্ৰিয়জনৰ উপস্থিতিতে বিবাহপাশত আৱদ্ধ হ’ব দুয়োজনে।