Gastric problem

মচলা দিয়া, তেলত ভজা, সুগন্ধিৰে ভৰা বিভিন্ন সুস্বাদু খাদ্য খাই ভাল পায়নে আপুনি? নিশ্চয় এনেবোৰ খাদ্য খাই বেয়া পোৱাৰ কোনো কথাই নাহে। ৰাস্তাৰ কাষত সজাই থোৱা, দেখিলেই খাওঁ খাওঁ যেন লগা খাদ্য দেখিলে আমাৰ বহুতৰে জিভাৰ পানী পৰে। কিন্তু এনেবোৰ খাদ্য খাই গেষ্ট্ৰিকৰ সমস্যাত ভুগে বহুজন।

কিন্তু গেষ্ট্ৰিকৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব আপুনি? কি কি খাদ্যই আপোনাক সকাহ দিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা-

১)আদা