Statue of Netaji Bose

দেশৰ স্বাধীনতাৰ হকে ব্ৰিটিছৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম কৰি প্ৰাণ আহুতি দিয়া নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ বছৰীয়া জন্ম জয়ন্তীৰে সংগতি ৰাখি দিল্লীৰ ইণ্ডিয়া গেটত প্ৰতিষ্ঠা কৰা হ’ব নেতাজীৰ গ্ৰেনাইটৰে নিৰ্মিত এক বিশাল প্ৰতিমূৰ্তি।

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে কৰে এই ঘোষণা। মোদীয়ে কয়, এই পদক্ষেপ সুভাষ চন্দ্ৰ বসুৰ ত্যাগৰ প্ৰতিদান  স্বৰূপ হ’ব।