Jakhalabandha

জখলাবন্ধা থানাত হাজিৰ হ'ল আভাজ্যোতি ৰাভা। জোনমণিৰ মাতৃয়ে জখলাবন্ধা থানাত ৰুজু কৰিছিল গোচৰ। গোচৰৰ পিছতে থানালৈ মতা হৈছিল আভাজ্যোতিক। থানাত কিছু সময় সোধা-পোছাৰ পাছতে এৰি দিয়ে আভাক। জোনমণিৰ মৃত্যুত নাম সাঙোৰ খাইছিল আভাজ্যোতি ৰাভাৰ।