Bronx apartment

দেওবাৰে নিউয়ৰ্কৰ পৰা আহিছে বেয়া খবৰ। ব্ৰঙ্কছৰ এটা আৱাসিক এপাৰ্টমেণ্টত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈ কমেও ১৯ জন লোকৰ মৃত্যু হৈছে। মৃত লোকসকলৰ ভিতৰত আছিল ৯ টা শিশু।

ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনে বহু চেষ্টাৰ মুৰত জুই নিৰ্বাপন কৰিবলে সক্ষম হয় যদিও তেতিয়ালে যঠেষ্ট ক্ষয় ক্ষতি সাধন হয়।

দুৰ্ঘটনাত ৩২ জন লোকৰ অৱস্থা সংকটজনক বুলিও জানিব পৰা গৈছে। আঘাটপ্ৰাপ্ত লোকসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।