বছৰটোৰ শেষত আহিল আৰু এটা ভাল খবৰ।
বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছে।
ইয়াত এখন অৰণ্য আছিল নামৰ গ্ৰন্থখনৰ বাবে অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছে।
সেইদৰে অভিজিৎ বৰালৈ যুৱ অকাদেমী বঁটাও আগবঢ়োৱা হৈছে।
মৃণাল কলিতা লৈ "বকুল ফুলৰ দৰে" গ্ৰন্থৰ বাবে বাল(শিশু) সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছে।
অনুৰাধা শৰ্মা পূজাৰী এগৰাকী সুপ্ৰতিষ্ঠিত লেখিকা হোৱাৰ লগতে এগৰাকী সাংবাদিকো। বৰ্তমানে সাদিন কাকত আৰু সাতসৰী নামৰ অসমীয়া মাহেকীয়া আলোচনীখনৰ সম্পাদক হিচাপে কাম কৰি আছে।