Magistrate

গুৱাহাটী  উচ্চ ন্যায়ালয়ৰ কঠোৰ স্থিতি

চৰাইদেউ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ ৰাজনীশ বৰাক নিলম্বন

মৰাণ অইলৰ বিষয়াক আক্ৰমণৰ অভিযোগত নিলম্বন

অইলৰ বিষয়া গৰাকীৰ গৃহত প্ৰৱেশ কৰি আচবাব লণ্ডভণ্ড কৰিছিল দণ্ডাধীশগৰাকীয়ে

২৫ চেপ্তেম্বৰৰ নিশা সংঘটিত হৈছিল এই ঘটনা

এই অভিযোগৰ ভিত্তিতেই নিলম্বন দণ্ডাধীশ গৰাকীক