Cattle

গো-মাংসক লৈ জিলা প্ৰশাসনৰ কঠোৰ  নিৰ্দেশনা জাৰি! হোটেল আৰু ৰেষ্টুৰেণ্টৰ ছাইনব’ৰ্ডৰ পৰা আঁতৰাব লাগিব ‘গোমাংস’ শব্দ

মুছলমান হোটেল আৰু ৰেষ্টুৰেণ্টসসমূহলৈ দিয়া হৈছে এক বিশেষ নিৰ্দেশনা। এই নিৰ্দেশনাত হোটেল আৰু ৰেষ্টুৰেণ্টৰ ছাইনব’ৰ্ডৰ পৰা ‘গোমাংস’ শব্দটো আঁতৰাবলৈ নিৰ্দেশ দিয়া হৈছে যাতে ধৰ্মনিৰপেক্ষতা বজাই ৰখা হয়।

জানিবলৈ পোৱা মতে অৰুণাচল প্ৰদেশৰ যি সমূহ হোটেল আৰু ৰেষ্টুৰেণ্টৰ ছাইনবোৰ্ড ‘গোমাংস’ শব্দটো লিখা আছে সেই হোটেল আৰু ৰেষ্টুৰেণ্টসমূহে তেওঁলোকৰ ছাইনবোৰ্ডৰ পৰা ‘গোমাংস’ শব্দটো আঁতৰাই দিব লাগে।