Vaccination

 আজিৰে পৰা দেশজুৰি বিশেষ টীকাকৰণ অভিযান

 সপ্তাহজোৰা কাৰ্যসূচীৰে চলিব এই প্ৰক্ৰিয়া

১৫-১৮ বছৰীয়া কিশোৰ-কিশোৰীক সামৰিব এই প্ৰক্ৰিয়াই

 প্ৰতিখন জিলাত দৈনিক ১৫খনকৈ বিদ্যালয়ত অভিযান

 বিদ্যালয়ৰ তালিকা প্ৰস্তুত কৰিব সংশ্লিষ্ট জিলাৰ IS-এ

 তালিকাত থাকিব ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানো

 লগতে থাকিব কনিষ্ঠ মহাবিদ্যালয় আৰু পলিটেকনিকো

 এই সময়ছোৱাত ২০ লাখ কিশোৰ-কিশোৰীক সামৰি লোৱাৰ লক্ষ্য

 ইয়াৰ বাবে সাজু স্বাস্থ্য আৰু শিক্ষা বিভাগ

 এই অভিযানৰ তদাৰকৰ দায়িত্বত থাকিব জিলা প্ৰশাসন

 তদাৰক কৰিব শিক্ষা বিভাগৰ ADCয়ে