Assam Fights Corona

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। বৃহস্পতিবাৰে ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছে ৮৪৪ গৰাকী লোক। বহুতৰে দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ লগতে ৯ জন লোকৰ দেহত ধৰা পৰিছে অমিক্ৰন ভাইৰাছ।

বৃহস্পতিবাৰে, ক’ভিডত আক্ৰান্ত হয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা। দিল্লীৰ পৰা উভতি অহাৰ সময়তে ক’ভিড ধৰা পৰে মন্ত্ৰীগৰাকীৰ দেহত।