Kamrup Metro DC Pallav Gopal Jha

অম্বুবাচি মেলাৰ সময়ছোৱাত যান-বাহনৰ চলাচলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি গুৱাহাটীৰ যান-বাহনৰ উপায়ুক্তই জাৰি কৰিছে কেটবোৰ বিশেষ নীতি-নিৰ্দেশনা।

ৰাইজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ, বিশেষকৈ পথত শিশু, শিক্ষাৰ্থী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিৰ দৰে দুৰ্বল পথ ব্যৱহাৰকাৰী আৰু এম্বুলেন্স, অগ্নি নিৰ্বাপক গাড়ী আদিৰ দৰে জৰুৰীকালীন বাহনসমূহক বিনামূলীয়া কৈ যাবলৈ জাৰি কৰিছে এই নিৰ্দেশনা।  

২২ জুন ২০২২ৰ পৰা ২৬জুন ২০২২লৈ হব মা-কামাখ্য়া দেৱীৰ দৰবাৰত অম্বুবাচি মেলা। নিৰ্দেশনাসমূহ হৈছেঃ