Owner

ৰাজ্যত বলৱৎ হ’ল ভাড়া ঘৰ সম্পৰ্কীয় নতুন আইন।

এতিয়াৰে পৰা চুক্তিপত্ৰৰ দ্বাৰাহে ঘৰ ভাড়াত দিব পাৰিব গৰাকীয়ে।  ঘৰ ভাড়াত দিলে কিমান টকাত ভাড়া দিছে, কাক ভাৰা দিছে সকলো জনাব লাগিব চৰকাৰক। জনাব লাগিব মালিক আৰু ভাড়াতীয়াৰ PAN, আধাৰ নম্বৰ

চৰকাৰে এটা ইউনিক আইডেণ্টিফিকেচন নাম্বাৰ দিব। চুক্তিপত্ৰখন আপলোড কৰা হ’ব চৰকাৰী ৱেবচাইটত।