assam by polls

ক্ষমতাসীন ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে মুঠ ৫৫,৫৫৯ টা ভোট লাভ কৰি অসম উপ-নিৰ্বাচনত জয়লাভ কৰে। কুৰ্মীয়ে মৰিয়নিৰ আসনত বিজেপিক প্ৰতিনিধিত্ব কৰি প্ৰতিদ্বন্দিতাত নামিছিল।

কুৰ্মীয়ে মৰিয়নি  সমষ্টিৰ বাবে প্ৰতিদ্বন্দিতা কৰা আন সকলো প্ৰাৰ্থীক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। তেওঁ অনান্য়ৰ তুলনাত ৪০,০০০ তকৈ অধিক ভোট লাভ কৰি জিকিবলৈ সক্ষম হৈছে।

আনহাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী লুহিত কোঁৱৰে মৰিয়নি সমষ্টিৰ উপ-নিৰ্বাচনত ১৪৩৮৭ টা ভোট লাভ কৰিছে। আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী- সঞ্জীব গগৈয়ে ১৫১৮৩ টা ভোট লাভ কৰিছে।