Assam Bye Election

◼️ পৌৰসভা নিৰ্বাচনৰ বাবে বিজেপিৰ সংকল্প পত্ৰ মুকলি
◼️ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত মুকলি সংকল্প পত্ৰ
◼️ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে সংকল্প পত্ৰ
◼️ প্ৰতিখন চহৰৰ আন্তঃগাঁথনিৰ উন্নয়নৰ লক্ষ্য
◼️ সুপৰিকল্পিত নগৰীকৰণ, চহৰ অঞ্চলৰ দ্ৰুত উন্নয়নৰ লক্ষ্য
◼️ প্ৰতিখন চহৰতে একোটাকৈ পানী যোগান আঁচনিৰ সংকল্প
◼️ চহৰক কৃত্ৰিম বানমুক্ত কৰাৰ সংকল্প
◼️ সকলো তথ্য ডিজিটেল ব্যৱস্থাৰে সংগ্ৰহ-সংৰক্ষণৰ সংকল্প
◼️ আৰবান হেল্থ ক্লিনিকসমূহ উন্নীতকৰণ কৰাৰ সংকল্প
◼️ উদ্যান, খেলপথাৰ, ষ্টেডিয়াম প্ৰতিষ্ঠানৰ লক্ষ্য