পৌৰসভা নিৰ্বাচনৰ বাবে বিজেপিৰ সংকল্প পত্ৰ মুকলি; কি কি আছে এই পত্ৰত

Himanta Biswa Sarma

◼️ পৌৰসভা নিৰ্বাচনৰ বাবে বিজেপিৰ সংকল্প পত্ৰ মুকলি
◼️ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত মুকলি সংকল্প পত্ৰ
◼️ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে সংকল্প পত্ৰ
◼️ প্ৰতিখন চহৰৰ আন্তঃগাঁথনিৰ উন্নয়নৰ লক্ষ্য
◼️ সুপৰিকল্পিত নগৰীকৰণ, চহৰ অঞ্চলৰ দ্ৰুত উন্নয়নৰ লক্ষ্য
◼️ প্ৰতিখন চহৰতে একোটাকৈ পানী যোগান আঁচনিৰ সংকল্প
◼️ চহৰক কৃত্ৰিম বানমুক্ত কৰাৰ সংকল্প
◼️ সকলো তথ্য ডিজিটেল ব্যৱস্থাৰে সংগ্ৰহ-সংৰক্ষণৰ সংকল্প
◼️ আৰবান হেল্থ ক্লিনিকসমূহ উন্নীতকৰণ কৰাৰ সংকল্প
◼️ উদ্যান, খেলপথাৰ, ষ্টেডিয়াম প্ৰতিষ্ঠানৰ লক্ষ্য
◼️ চহৰৰ স্বাস্থ্যকেন্দ্ৰসমূহ উন্নীতকৰণ কৰাৰ সংকল্প
◼️ ডিজিটেল প্লেটফৰ্মৰ যোগেদি সেৱাৰ লক্ষ্য
◼️ ট্ৰেফিক ব্যৱস্থাপনা, পাৰ্কিং-আস্থানৰ সুবিধাৰ লক্ষ্য
◼️ ৩-৪ মাৰ্চত মাজুলীলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
◼️ মাজুলীত ভূৱন গামৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে
◼️ পূৰ্বতকৈও অধিক ভোটত জয়লাভ কৰিব বিজেপিয়ে
◼️ নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও 
 

Category
Profile picture for user UB Photos