Civil Aviation minister

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিটি এম সিন্ধিয়াই মঙলবাৰে উদান আঁচনিৰ অধীনত শ্বিলং-ডিব্ৰুগড় পথত প্ৰথমখন পোনপটীয়া বিমানৰ শুভাৰম্ভ কৰে।

ইঙ্গিগো এয়াৰলাইনক উড়ান-৪ নিবিদা প্ৰক্ৰিয়াৰ সময়ত শ্বিলং-ডিব্ৰুগড় পথ প্ৰদান কৰা হৈছিল। এয়াৰলাইনটোৱে ইয়াৰ ৭৮আসনৰ এটিআৰ ৭২ বিমান মোতায়েন কৰিব।

তদুপৰি, সাধাৰণ লোকসকলৰ বাবে ভাড়া সুলভ আৰু উপলব্ধ কৰি ৰখাৰ বাবে উদান আঁচনিৰ অধীনত এয়াৰলাইনসমূহক ভাইবিলিটি গেপ ফাণ্ডিং (ভিজিএফ) প্ৰদান কৰা হৈছে।