Afalamukh Ferry Ghat

মাজুলী আফলামুখ ফেৰীঘাটত নতুন ফেৰী ৰাজলক্ষ্মী।


আজিৰে পৰা মাজুলীত চলিল নতুন ফেৰী ‘ৰাজলক্ষ্মী’। ঘন কুঁৱলীৰ বাবে মাজুলী-নিমাতীৰ মাজত ৮ বজাৰ ৰ’পেক্স ৯ বজালৈকে চলিব পৰা নাই।


অফলামুখ ফেৰী ঘাটত যাত্ৰীয়ে পূৱতি নিশাৰ পৰা অপেক্ষা কৰে টিকটৰ বাবে। আজিৰে পৰা যেন কিছু হ্ৰাস পাব এই সমস্যা। অফলামুখ ঘাটৰ পৰা পূৱা ৯.৩০ বজাত চলিব ৰাজলক্ষ্মী নামৰ এই নতুন ফেৰীখন।