Fish

মাজুলীত জালত উঠিল এটা বৃহদাকাৰৰ গৰুৱা মাছ। মাছটোৰ ওজন ১ কুইণ্টল ২১ কেজি বুলি জানিব পৰা গৈছে। সোৱণশিৰী নৈত মাছমৰীয়া জালত উছিল মাছটো।

১২ জন মাছুৱৈয়ে লগ লাগি পঘাৰে বান্ধি পাৰলৈ আনিব লগীয়া হয় বৃহদাকাৰৰ মাছটো।  মাছটো চাবলৈ এতিয়া ভিৰ কৰিছে বালিচাপৰী বজাৰে।