Gol Gappa Seller

নিৰীহৰ ওপৰত চলিছে সন্ত্ৰাসবাদীৰ বৰ্বৰতা। এইবাৰ হত্যাকাৰীৰ গুলীত ধৰাশায়ী ফুচকা বেপাৰী। ফুচকা বিক্ৰী কৰি থকাৰ সময়তে এগৰাকী ফুচকা বেপাৰীক গুলীয়াই হত্যা কৰে অচিনাক্ত দুৰ্বত্তই। এই ঘটনা সংঘটিত হৈছে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত।