Bhangagarh

🔸 গুৱাহাটী মহানগৰীৰ ভঙাগড়ত ভয়ংকৰ অগ্নিকাণ্ড 

🔸 কথমপি ৰক্ষ্যা পৰিল নিকতৱৰ্তী ব্যৱসায়িক প্ৰতিষ্ঠান

🔸 বিৰিয়ানী হাউচ নামৰ দোকানখনত পুৱা প্ৰায় ১০.৩০ মিনিটত এই অগ্নিকাণ্ডৰ সুত্ৰপাত হয় 

🔸 দোকানৰ স্বতাধিকাৰী মুস্তাফা আলিৰ মন্তব্য এই ব্যৱসায় বিনা অনুমতিত চলি আছিল

🔸 দোকানখন চুক্তিৰ সময়ত মিঠাইৰ দোকনৰ অনুমতি লোৱা হৈছিল কিন্তু এই মিঠাইৰ দোকানত বিৰিয়ানী প্ৰস্তুত তথা মিঠাইৰ প্ৰস্তুত কৰা অনুমতি নাছিল

🔸 স্বতাধিকাৰী মন্তব্য অনুসৰি দোকানৰখন নাছিল কোনোধৰণৰ অগ্নিনিৰ্বাপক বাহিনীৰ অনুমতি।