Fuel Price Hike

◾আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম

◾প্ৰতিলিটাৰ পেট্ৰ’লত বৃদ্ধি পালে ৮৯ পইচা

◾প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ৮৫ পইচা

◾৯ দিনত ৮বাৰকৈ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম

◾মহানগৰীত শতকৰ ঘৰ অতিক্ৰম পেট্ৰ’লৰ দামৰ

◾ঢকুৱাখনাত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক পেট্ৰ’লৰ দাম

◾ঢকুৱাখনাত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০৪ টকা

◾মহানগৰীত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০০.৭৮টকা

◾মহানগৰীত প্ৰতিলিটাৰ ডিজেলৰ দাম ৮৬.৭৫টকা