সাধাৰণ জনতাৰ ওপৰত মাধমাৰ! আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য..

petrol

সাধাৰণ জনতাৰ ওপৰত মাধমাৰ সোধাই আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। তাৰ লগে লগে ৭ দিনত ৬ বাৰকৈ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম।

আজি পেট্ৰ’লৰ দাম ৩৩ পইচা বৃদ্ধি পোৱাৰ বিপৰীতে ডিজেলত ৩৭ পইচা বৃদ্ধি পায়।

গুৱাহাটীত এতিয়া প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ৯৯ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম ৮৫.১৬ টকা।

উল্ল্খ্য যে, ৰাজ্যৰ কিছু কিছু ঠাইত পেট্ৰ’লৰ দামে ইতিমধ্যে শতকৰ ঘৰ পাৰ কৰিছে।

Category
Profile picture for user UB Photos