Petrol Diesel Price

আজিৰ পৰা পেট্ৰ’ল-ডিজেলৰ নতুন দাম জাৰি কৰিছে চৰকাৰী তেল কোম্পানীসমূহে।

পূৰ্বে তেল কোম্পানীসমূহে শেষবাৰ ৬ এপ্ৰিলত পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি কৰিছিল। ইয়াৰ পিছত প্ৰায় ২০ দিন তেলৰ দামৰ কোনো সলনি হোৱা নাই। দেশৰ চাৰিখন মহানগৰসহ আন চহৰসমূহত তেলৰ দাম স্থিৰ হৈ আছে।

দেশৰ ৫খন মহানগৰত আজি পেট্ৰ’ল–ডিজেলৰ দাম
 

দিল্লী- পেট্ৰ’ল ১০৫.৪১ টকা, ডিজেল ৯৬.৬৭ টকা