Mridupawan Neog

মৃদুপৱন নেওগৰ সন্ধানত শিৱসাগৰত নগাঁও আৰক্ষীৰ অভিযান।

শিৱসাগৰৰ আমগুৰিত নগাঁও আৰক্ষীৰ অভিযান। নগাঁও আৰক্ষীয়ে আটক কৰিলে ৰক্তিম গগৈ আৰু অভিজিৎ গগৈ নামৰ দুই যুৱকক।

উল্লেখ্য় যে, মৃদুপৱনক আশ্ৰয় দিয়াৰ সন্দেহত আৰক্ষীয়ে আটক কৰে দুয়োকে। বৰ্তমান নগাঁও সদৰ আৰক্ষী থানাত চলাই থকা হৈছে দুয়োকে জেৰা।