The Kapil Sharma Show

কৌতুক অভিনেতা কপিল শৰ্মা বহুতৰে প্ৰিয়। কপিল শৰ্মাৰ ৰিয়েলিটি শ্ব' কপিল শৰ্মা শ্ব' চাইয়ো বহুতেই আমোদ লয়।

শেহতীয়াকৈ অভিনেতাগৰাকীয়ে নিজৰ ইউটিউব চেনেলত শ্বেয়াৰ কৰে কৌতুক শ্ব'টোৰ কেমেৰাৰ আঁৰৰ কিছু কাহিনী।

ইউটিউবত কপিল শৰ্মাই শ্বেয়াৰ কৰা এটা ভিডিঅ'ত দেখা যায় অভিনেতা ছেইফ আলী খান, জেকলিন ফাৰ্ণাণ্ডেজ আৰু য়ামি গৌতমক। Bhoot Police নামৰ চিনেমাখনৰ প্ৰম'চনৰ বাবে কপিল শৰ্মাৰ অনুষ্ঠানটোলৈ আহিছিল তেওঁলোক।